সৰ্বশিক্ষাসৰ্বশুক্লা

সৰ্বশিক্ষা অভিযান (Assamese) [ Roman: xor.bo.xi.khya o.dhi.jan]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-02
1. (Proper Noun) It's a Government of India mission to provide useful and relevant elementary education to all children of the country in the age group of 06 to 14 years by 2010 A.D, It also aims at bridging the social and gender gaps in the community. ২০১০ চনৰ ভিতৰত ৬ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুকে জাতি-বৰ্ণ নিৰ্বিশেষে প্ৰয়োজনীয় প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ কাৰণে গ্ৰহণ কৰা ভাৰত চৰকাৰৰ এক ধৰণৰ আঁচনি ৷